REDMI NOTE 12 PRO 5G WITH 8GB RAM AND 256 GB STORAGE IN JORHAT
ফোনটো কিনা বেছি দিন নাই হোৱা,20 ফেব্ৰুৱাৰী ত কিনা,6মাহ warrenty এতিয়াও বাকী আছে।গতিকে টাইম পাছ কৰিবলৈ10 হাজাৰ 12 হাজাৰ সুধি মচেজ নকৰিলে ভাল পাম।বজাৰত 8 gb ram আৰু 256 gb storage ৰ ফোন ইমান কম দামত পালে নিজে কিনি লব।
4.00/5
1 reviews




Price:
₹ 0,00
₹ 0,00
Contact
CONTACT